among indigenous-born Assamese in the course of the ten years there was a significant minimize in Nowgong and Another districts, as a consequence of kalaazar and other conditions.
অচিৰপ্ৰভা, অচিৰাংশু, অচিৰাভা, অনুপ্ৰভা, ক্ষণদ্যুতি, ক্ষণপ্রকাশ, ক্ষণপ্ৰভা, চঞ্চলা, চপল, চিকুৰ, দামিনী, নীলাঞ্জনা, বিজুৰি, বিজুলী, বিদুলী, মেঘজ্যোতি, শম্পা, সৌদামিনী৷
অধোগতি, অধোগমন, অধোনমন, অধঃপতন, অৱনমন, অৱনতি, নিম্বগমন, নিম্নগতি৷
উক্তি, কথন, জবান, বক্তব্য, বচন, বৰ্ণন, বৰ্ণনা, বয়ান, বাক্য, বাণী, বিবৃতি, বিৱৰণ, বিৱৰণী, ভাষণ৷
অকৃতকাৰ্য, অকৃতকৃত্য, check here অকৃতকৰ্ম, অকৃতাৰ্থ, অসফল, নিষ্ফল, বিফল, ব্যৰ্থ৷
সকলো বৰ্ণ অ আ ই ঈ উ ঊ ঋ এ ঐ ও ঔ ক খ গ ঘ চ ছ জ ঝ ট ঠ ড ঢ ত থ দ ধ ন প ফ ব ভ ম য ৰ ল শ ষ স হ ক্ষ
অঘোৰ, অদ্ৰিনাথ, অদ্ৰীশ, অনংগাৰি, অম্বিকানাথ, আশুতোষ, ইন্দুভূষণ, ইন্দুমৌলি, ঈশান, উমানন্দ, উমানাথ, উমাপতি, উমেশ, উৰগভূষণ, একনাথ, কন্দুকেশ্বৰ, কাশীনাথ, কাশীপতি, কাশীশ, কাশীশ্বৰ, কৃতজ্বৰ, কেদাৰ, কৈলাসপতি, খণ্ডপৰশু, গংগাধৰ, গিৰিজাকান্ত, গিৰীশ, গৌৰীনাথ, গৌৰীশ্বৰ, চন্দ্রচূড়, চন্দ্ৰশেখৰ, চন্দ্ৰিল, চেকিতান, জটাধাৰী, জটাধৰ, জল্পেশ্বৰ, জ্বালী, ডম্বৰুধৰ, তাৰকনাথ, তাৰকেশ্বৰ, ত্ৰিনয়ন, ত্ৰিনাথ, ত্ৰিনেত্ৰ, ত্ৰিপুৰঘ্ন, ত্ৰিপুৰাৰি, ত্ৰিলোচন, ত্ৰিশূলধাৰী, ত্ৰিশূলী, দিগম্বৰ, দুৰ্গাধীশ, দুৰ্গাপতি, দুৰ্গেশ, দুৰ্গেশ্বৰ, দেৱাদিদেৱ, দেৱেশ, ধূৰ্জতি, নটশেখৰ, নটেশ্বৰ, নটৰাজ, নন্দ্যেশ্বৰ, নীলকণ্ঠ, নীলগ্ৰীৱ, পঞ্চানন, পশুপতি, পিনাকপাণি, পিনাকী, পুৰঞ্জিৎ, পুৰভিদ, পুৰমথন, পুৰুহৰ, প্রমথনাথ, প্ৰমথেশ, ফণীধৰ, ফণীভূষণ, বহিৰেতাঃ, বাণেশ্বৰ, বিভূতিভূষণ, বিল্বেশ্বৰ, বিশ্বনাথ, বিশ্বেশ্বৰ, বিৰূপাক্ষ, বীৰেশ্বৰ, বুঢ়াগোসাঁই, বৃষধ্বজ, বৃষভবাহন, ব্যোমকেশ, ভূতনাথ, ভূতভাৱন, ভৃংগেশ্বৰ৷ ভৈৰৱ, ভোলা, ভোলানাথ, ভৱ, ভৱানাপতি, ভৱানীকান্ত, ভৱেশ, মহাদেৱ, মহানট, মহেশ, মহেশ্বৰ, মাৰজিৎ, মৃগাংকমৌলি, মৃগাংকশেখৰ, মৃত্যুঞ্জয়, যোগীন্দ্ৰ, যোগেশ, যোগেশ্বৰ, শংকৰ, শম্ভু, শশীভূষণ, শিৱ, শূলপাণি, শূলী, সতীন্দ্ৰ, সতীপতি, সতীশ, সিদ্ধদেৱ, সুৰেশ্বৰ, সোমনাথ, সোমেশ্বৰ, স্মৰজিৎ, হিংগুলেশ্বৰ, হিৰণ্যৰেতাঃ, হৰ, ৰামেশ্বৰ, ৰুদ্ৰ৷
আভা, আভাস, আলোক, উদ্দীপ্তি, উদ্ভাস, কিৰণ, কৰ, গভস্তি, ছটা, জ্যোতি, দীপ্তি, দ্যুতি, ধৃষ্ণি, প্রদ্যোত, প্ৰদীপ্তি, প্ৰভা, বিদ্যোত, বিভা, বিভাসা, ভা, ভাতি, ভান, ভাম, ভাস, মৰীচি, ৰশ্মি, ৰুচি, ৰোচিঃ৷
অজ, অতনু, অনন্যজ, অনংগ, ইষ্ম, কঞ্জন, কন্দৰ্প, কন্দৰ্পদেৱ, কাম, কামদেৱ, কিংকিৰ, কুসুমকাৰ্মুক, কুসুমধনু, কুসুমায়ুধ, দৰ্পক, দীপক, পুষ্পকেতন, পুষ্পকেতু, প্ৰদ্যুম্ন, বিশ্বকেতু, মকৰকেতন, মকৰকেতু, মকৰধ্বজ, মদ, মদন, মধুদীপ, মন্মথ, মনোজ, মনোভৱ, মনোভূ, মাৰ, মীনকেতন, মীনধ্বজ, ৰতিকান্ত, ৰতিপতি, ৰতীশ, ৰম, ৰমণ, ৰুদ্ৰাৰি, শম্বৰাৰি, স্মৰ৷
অৰুণ, অৰ্ক, অৰ্যমা, আদিত্য, চিত্ৰভানু, চিত্ৰৰথ, তপন, দিনমণি, দিবাকৰ, পুষা, প্রভাকৰ, বিভাবসু, বিৰোচন, বিৱস্বান, বেলি, ভানু, ভাস্কৰ, মাৰ্তণ্ড, মিত্ৰ, মিহিৰ, ৰবি, সপ্তাশ্ব, সবিতা, সুৰ, সূৰুয, সূৰ্য৷
অগনি-কালিকা, অগ্নিকণা, অগ্নিকলাই, ফিৰিঙতি, স্ফুলিংগ৷
অগ্নি-সংস্কাৰ, অন্ত্যেষ্টি, কাষ্ঠ-সংস্কাৰ, খৰিদিয়া, নিৰ্হৰণ, নিৰ্হাৰ, বহ্নি-সংস্কাৰ, মৃত-সতকাৰ,শৱ-সৎকাৰ, শেষকৃত্য, শ্মশানকৃত্য, সংস্ক্ৰিয়া, সৎকাৰ৷
উচ্চমনা, উচ্চহৃদয়, উচ্চাশয়, উদাৰচিতীয়া, উদাৰচিত্ত, উদাৰচেতা, উদাৰমতি, উদাৰমনা, উদাৰহৃদয়, ওখ মনৰ, মহদাশয়, মহানুভৱ, মহাপ্ৰাণ, মহামতি, মহাশয়, মহীয়ান, মহোদয়, প্রশস্তচিত্ত, প্ৰশস্তহৃদয়, বহল মনৰ৷
অতল, অব্ধি, অম্বুনিধি, অম্বুপ, অম্বুপতি, অম্বুভৃৎ, অম্বুমান, অম্বুৰাশি, অম্বোদ, অৰ্ণৱ, ইৰাৱত, ইৰাৱান, উদধি, ঊৰ্মিমালী, কুস্তুভ, ক্ষৌণীপ্ৰাচীৰ, জলধি, জলধৰ, জলনিধি, জলাধিপ, জলাৰণ্য, জলেন্দ্র, জলেশ, জলেশ্বৰ, তোয়ধি, তোয়নিধি, দ্বীপী৷ ধৰণীপল্লৱ, নদীকান্ত, নীলাম্বু, নীলাম্বুধি, নীৰধি, নীৰনিধি, পয়োধি, পয়োনিধি, পাৰাবাৰ, প্ৰচেতা, বাৰিধি, বাৰিধৰ, বাৰিনিধি, বাৰীন্দ্ৰ, বাৰীশ, মকৰাকৰ, মকৰালয়, মহাকচ্ছ, যাদঃপত, যাদসাম্পতি, সমুদ্ৰ, সাগৰ, সিন্ধু, সৰিৎপতি, হিৰণ্যদ, ৰত্নগৰ্ভ, ৰত্নাকৰ৷